কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ স্কেপটাম একাডমিৰ ছাত্ৰক সম্বৰ্ধনা

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ স্কেপটাম একাডমিৰ ছাত্ৰক সম্বৰ্ধনা

কৃষ্ণ ৰাভা,লখিমপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ স্কেপটাম একাডমিৰ এজন মেধাৱী ছাত্ৰ শ্ৰী সমীৰ চাংমাই তেওঁ ঘৰ গোখানী পুখুৰীৰ বহু ভিতৰুৱা গাঁৱৰ এজন ছাত্ৰ ।দেউতাকে দিন হাজিৰা কৰি তেওঁক পঢ়োৱাইছিল আৰু সমিৰেও নিজৰ পঢ়া বাদেও তেওঁৰ আজৰি সময়ত তেওঁৰ দেউতাকৰ লগত সহায় কামত সহায় কৰিছিল । উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সমীৰে প্ৰথম স্থানত পাছ কৰি পাচ টা বিষয়ত লেটাৰ লৈ বহু ভিতৰুৱা গাঁৱৰ পৰা গৌৰৱ কঢ়িয়াই আনে উক্ত স্থানত স্কেপৰ্টাম একাডমিৰ শিক্ষা গুৰু সকল উপস্থিত থাকি তেওঁৰ ভবিষ্যত উজ্বল কামনা কৰে । উক্ত স্থানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পংকজ হাজৰিকা উপস্থিত থাকি তেওঁক সম্মান জনাই অনাগত দিনত পঢ়াৰ ক্ষেত্ৰত বহু সহায় সহযোগিতা আগবঢ়াব বুলি জানিব দিয়ে