কাৰ্তিক, কৃতি অভিনীত ‘শ্বেহজাদা’ ২০২২ চনত মুক্তি পাব 

Pc- Twitter

কাৰ্তিক, কৃতি অভিনীত ‘শ্বেহজাদা’ ২০২২ চনত মুক্তি পাব 

ৰঙিলী বাৰ্ত্তাসেৱা- কাৰ্তিক আৰ্যন আৰু কৃতি চাননে মুম্বাইত তেওঁলোকৰ আহিবলগীয়া ছবি ‘শ্বেহজাদা’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে। তেলেগু ছবি ‘আলা বৈকুন্থাপুৰমুলু’ৰ পুনৰ নিৰ্মাণ বুলি কোৱা ছবিখন ২০২২ চনৰ ৪ নৱেম্বৰত ছবিগৃহত মুক্তি পাব। ৰোহিত ধাৱানৰ দ্বাৰা পৰিচালিত, ইয়াত পৰেশ ৰাৱাল, মনীষা কৈৰালা, ৰনিত ৰয় আৰু শচীন খেদেকাৰও অভিনয় কৰিব।