কাশ্মীৰ প্ৰধানমন্ত্ৰী মোদীৰ নতুন ভাৰত যাত্ৰাৰ এক অপৰিহাৰ্য অংশ: কেন্দ্ৰীয় মন্ত্ৰী

pc- greater kashmir

কাশ্মীৰ প্ৰধানমন্ত্ৰী মোদীৰ নতুন ভাৰত যাত্ৰাৰ এক অপৰিহাৰ্য অংশ: কেন্দ্ৰীয় মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰত যাত্ৰাৰ এক অপৰিহাৰ্য অংশ কাশ্মীৰ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে বুদগামত এক ৰাজহুৱা সমাৱেশত কয়। সিঙে “গৰিব কল্যাণ সন্মিলন”ত উপস্থিত আছিল। সিঙে এই উপলক্ষে মুদ্ৰা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য কল্যাণমূলক আঁচনি সম্পৰ্কীয় প্ৰমাণপত্ৰ বিতৰণ কৰে।