কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ভাৰতীয় তথ্যচিত্ৰ ‘All That Breathes’

Pc the indian express

কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ভাৰতীয় তথ্যচিত্ৰ ‘All That Breathes’

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীস্থিত চলচ্চিত্ৰ নিৰ্মাতা শৌনক সেনৰ এখন তথ্যচিত্ৰ ভাৰতৰ ‘All That Breathes’ৰ প্ৰিমিয়াৰ আহিবলগীয়া কান চলচ্চিত্ৰ মহোৎসৱত বিশেষ স্ক্ৰীণিং শাখাত হ’ব বুলি আয়োজকসকলে ঘোষণা কৰে। ৯০ মিনিটৰ তথ্যচিত্ৰখনে মহম্মদ আৰু নাদিম নামৰ দুজন ভাতৃৰ যাত্ৰা অনুসৰণ কৰে, যিয়ে আঘাতপ্ৰাপ্ত চৰাই, বিশেষকৈ ক’লা চিলাৰ সৈতে কাম কৰে। চলচ্চিত্ৰ মহোৎসৱ খন ১৭-২৮ মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব।