‘কলাজ’ অসমীয়া চিনেমাৰ চিত্ৰগ্ৰহণ

‘কলাজ’ অসমীয়া চিনেমাৰ চিত্ৰগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘কলাজ’ এখন নতুন অসমীয়া চিনেমা৷এই চিনেমাখনৰ চিত্ৰগ্ৰহণ ইতিমধ্যে চলি আছে তিতাবৰৰ আশে পাশে।সঁচাকৈ সুন্দৰ কাহিনী ভৰা চিনেমাখনক ৰাইজে আকোঁৱালি লব৷চিনেমাখনৰ পৰিচালনা অমৰদীপ গগৈৰ, কাহিনী আৰু প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ। চিত্ৰগ্ৰহণকাৰী নাহিদ আহমেদ।চিনেমাখনত কুল কুলদীপ, কাব্যশ্রী, ৰাজীৱ , মহেন্দ্ৰ দাস, কৃষ্ণাকল্যাণী , বিদ্যা ভাৰতী, প্ৰাণজিত, ৰক্তিম, মেঘালী, অপু, তুলিকা, দীপক আৰু বহুতো প্ৰতিভাশালী অভিনয় শিল্পীৰ লগতে অন্তৰা জি জি চৌধুৰীয়ে এটি চৰিত্ৰত অভিনয় কৰিছে৷