কণমানি সপোন – প্ৰস্তুতি

কণমানি সপোন

 প্ৰস্তুতি

যোৱাকালি এটা সপোন দেখিলোঁ।
সপোনটো বৰ ধুনীয়া।
আমি হা‌ঁহিছিলো ,গাইছিল ও
আৰু বহুত
শেষ নিশা জোনজনী ও বৰ দুষ্ট জানা
হঠাতে আহি কলীয়া ডাৱৰে আবৰি ধৰিলে জোনজনী ক
কিন্তু বৰষুণ জাক অহাৰ আগতে
শেষ ৰাতি জোনে মোক
মনে মনে কৈ গ’ল তুমি হেনো
মোৰ অকণমানি
মিচিকি ভণ্টী
আৰ্ণা জনী