কচুৱাৰ চানখোলাৰ বিশিষ্ট সমাজ সেৱক তথা শিক্ষক নুৰুল ইছলামৰ দেহাৱসান

কচুৱাৰ চানখোলাৰ বিশিষ্ট সমাজ সেৱক তথা শিক্ষক নুৰুল ইছলামৰ দেহাৱসান

কচুৱা ,ৰঙিলী বাৰ্ত্তাসেৱা-   নগাঁও জিলাৰ কচুৱাৰ চানখোলা গাঁওৰ শিক্ষক তথা চানখোলা মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু সমাজ সেৱক নুৰুল ইছলামৰ গুৱাহাটী এখন ব্যতিগত চিকিৎসালয়ত মৃত্যু হয়। নুৰুল ইছলামৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। নুৰুল ইছলাম লংজাপ চানখোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক আছিল। গুৱাহাটী এখন ব্যতিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত শুক্ৰ বাৰে বিয়লি ৪ বজাত শ শ লোকৰ উপস্থিতিত জানাজাৰ নামাজ সম্পন্ন হয়