কংগ্ৰেছ নেতা কমল নাথে এমপিৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ কৰে

pc India Today

কংগ্ৰেছ নেতা কমল নাথে এমপিৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ নেতা কমল নাথে মধ্য প্ৰদেশৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ কৰিছে। নাথৰ পদত্যাগ কংগ্ৰেছ হাইকমাণ্ডে গ্ৰহণ কৰিছে, অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয়। ড০ গোবিন্দ সিং মধ্য প্ৰদেশৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা হ’ব, কংগ্ৰেছ দলে কয়।