এম এছ ধোনীৰ চিএছকেৰ অধিনায়কৰ পদ ত্যাগ 

এম এছ ধোনীৰ চিএছকেৰ অধিনায়কৰ পদ ত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  চিএচকে ঘোষণা কৰিছে যে এম এছ ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২২ আৰম্ভ হোৱাৰ দুদিন আগতে চেন্নাই চুপাৰ কিংছৰ অধিনায়কৰ পদ ত্যাগ কৰিছে আৰু দলটোক নেতৃত্ব দিবলৈ ৰবীন্দ্ৰ জাদেজাক বাছনি কৰিছে। ফ্ৰেঞ্চাইজিটোৱে এক বিবৃতিত কয়, “২০১২ চনৰ পৰা চিএছকেৰ অবিচ্ছেদ্য অংশ হৈ থকা জাদেজা কেৱল চিএছকেৰ নেতৃত্ব দিয়া তৃতীয় জন খেলুৱৈ হ’ব৷ ধোনীয়ে এই ছিজনত আৰু তাৰ বাহিৰেও চিএছকেৰ হৈ খেলি থাকিব৷