উৎকোচ লৈ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া

উৎকোচ লৈ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  এইবাৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া। উৎকোচ লোৱা অৱস্থাতে হাতে–লোটে ধৰা পৰিল উত্তৰ লখিমপুৰৰ চিলনীবাৰী আউট পোষ্টৰ এ এছ আই ডম্বৰুধৰ দত্ত। ডম্বৰুধৰ দত্ত কিছু দিনৰ বাবে চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল। অপৰাধীক ৰেহাই দিয়াৰ বিনিময়ত উৎকোচ লোৱাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।