উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ

উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ। AS 01DB 4335 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰত অহা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ছাত্ৰীগৰাকীক। ইউনিফৰ্মত থকা ছাত্ৰীগৰাকীক ছুইফ্ট ডিজায়াৰখনত অহা দুৰ্বৃত্তই উঠাই নিয়ে। ৰজাদুৱাৰ চ’কত ছাত্ৰীগৰাকীয়ে পলায়নৰ চেষ্টা কৰাত দুৰ্বৃত্তই মাৰপিট কৰি গুৱাহাটী অভিমুখে ৰাওনা হয়। উত্তৰ গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।