উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাগোচৰ অন্যতম দোষী পেৰাৰিভালনক মুকলি কৰাৰ নিৰ্দেশ

pc News18

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাগোচৰ অন্যতম দোষী পেৰাৰিভালনক মুকলি কৰাৰ নিৰ্দেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাগোচৰ অন্যতম দোষী এ জি পেৰাৰিভালনক মুকলি কৰাৰ নিৰ্দেশ দিয়ে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, বি আৰ গাভাই আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে পেৰাৰিভালনৰ আজীৱন কাৰাদণ্ড স্থগিত ৰখাৰ আবেদনৰ ওপৰত নিৰ্দেশ টো প্ৰদান কৰে। এজি পেৰাৰিভালন প্ৰায় ৩১ বছৰ ধৰি কাৰাগাৰৰ পিছফালে আছিল।