ইউকে-ইণ্ডিয়া সম্পৰ্ক সলনি কৰিব বিচাৰো: ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী ঋষি সুনাক

ইউকে-ইণ্ডিয়া সম্পৰ্ক সলনি কৰিব বিচাৰো: ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী ঋষি সুনাক

ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী ঋষি সুনাকে কয় যে তেওঁ ব্ৰিটেইন-ভাৰতৰ সম্পৰ্ক সলনি কৰি ইয়াক অধিক “দ্বিমুখী সম্পৰ্ক” কৰি তুলিব বিচাৰে যিয়ে ভাৰতত ব্ৰিটিছ ছাত্ৰ-ছাত্ৰী আৰু কোম্পানীসমূহৰ বাবে সহজে প্ৰৱেশৰ সুবিধা মুকলি কৰে। লণ্ডনত কনজাৰ্ভেটিভ ফ্ৰেণ্ডছ অৱ ইণ্ডিয়া প্ৰব্ৰজনকাৰী সংস্থাই আয়োজন কৰা এক প্ৰচাৰ অভিযানৰ সময়ত সুনাকে এই মন্তব্য কৰে। ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী।