আমাৰ বিদ্যালয়….
প্ৰিয়াক্ষী চেতিয়া, চতুৰ্থ শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়, টীয়ক,যোৰহাট
মই আমাৰ বিদ্যালয়খনক ভালপাওঁ
আমাৰ বিদ্যালয়খন অতি শুৱনি
মই বিদ্যালয়খনৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বিচাৰোঁ।
মই মোৰ শিক্ষাগুৰুক শ্ৰদ্ধা-ভক্তি কৰোঁ
সকলোৱে শিক্ষাগুৰুক শ্ৰদ্ধা-ভক্তি কৰা উচিত।