আমাৰ নিজৰ শক্তি সুৰক্ষাৰ বাবে যি সৰ্বশ্ৰেষ্ঠ সেয়া কৰি যাম: ভাৰত

Pc NDTV.com

আমাৰ নিজৰ শক্তি সুৰক্ষাৰ বাবে যি সৰ্বশ্ৰেষ্ঠ সেয়া কৰি যাম: ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনত ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত শক্তি সুৰক্ষা এক অতি প্ৰত্যাহ্বানমূলক বিষয় হৈ পৰিছে বুলি উল্লেখ কৰে আৰু বিশ্বব্যাপী তেল বাণিজ্যৰ ক্ষেত্ৰত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত ভাৰতে নিজৰ শক্তি সুৰক্ষাৰ স্বাৰ্থত যি সৰ্বশ্ৰেষ্ঠ বুলি ভাবে সেয়া অব্যাহত ৰাখিব বুলি দৃঢ়তাৰে কয়।