আফগানিস্তানত ৫.৩ প্ৰাবল্যৰ ভূমিকম্পত ৮ জন লোক নিহত

আফগানিস্তানত ৫.৩ প্ৰাবল্যৰ ভূমিকম্পত ৮ জন লোক নিহত

ৰহিলী বাৰ্ত্তাসেৱা-  সোমবাৰে উত্তৰ-পূব আফগানিস্তানত ভূমিকম্পৰ ফলত কমেও আঠজন লোক নিহত হয় আৰু এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি ৰাজ্যিক সংবাদ সংস্থাই প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ) অনুসৰি, জালালাবাদ চহৰৰ ওচৰত ৫.৩ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হৈছিল।। জুন মাহত আফগানিস্তানত হোৱা প্ৰবল ভূমিকম্পত ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।