আপত দিৱ্যজ্যোতি বৰুৱাৰ যোগদান

আপত দিৱ্যজ্যোতি বৰুৱাৰ যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- আপ বিশ্বনাথ জিলাৰ সমন্বয়ক প্ৰভাত কুমাৰ বৰাৰ নেতৃত্বত আপ অসমৰ ৰাজ্যিক কাৰ্য্যালয়ত ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰী আৰু যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবেৰ উপস্থিতিত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশ্বনাথৰ ছাত্ৰনেতা দিৱ্যজ্যোতি বৰুৱাই আজি আনুষ্ঠানিকভাৱে আপ অসমত যোগদান কৰে ৷