আন্দামান আৰু নিকোবৰত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত আইএএছ বিষয়া নাৰায়ণক নিলম্বন কেন্দ্ৰৰ

Pc India Today

আন্দামান আৰু নিকোবৰত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত আইএএছ বিষয়া নাৰায়ণক নিলম্বন কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গৃহ মন্ত্ৰালয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এগৰাকী মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত AGMUT কেডাৰৰ ১৯৯০ বেচৰ আইএএছ বিষয়া জীতেন্দ্ৰ নাৰায়ণক নিলম্বন কৰিছে। এমএইচএ বিষয়া আশুতোষ অগ্নিহোত্ৰীয়ে কয় যে, চৰকাৰে যৌন নিৰ্যাতনৰ অভিযোগৰ ওপৰত এক প্ৰতিবেদন লাভ কৰিছে।প্ৰতিবেদনত নাৰায়ণৰ “গুৰুতৰ অসৎ আচৰণ আৰু চৰকাৰী স্থিতিৰ অপব্যৱহাৰ”কৰিছিল বুলিও তেওঁ কয়।