আজিৰ ৰাশিফল

pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১৭ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৪ নৱেম্বৰ |
কৃষ্ণা পক্ষ, চতুৰ্দশী তিথি, পুৱা ৬/৩/৪৫ মি. পৰা অমাৱস্যা তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৮/৩৮ মি.
সূৰ্য্যোস্থয় = ৪/৩৫/৩৯ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰি গন, বাঘৰ অস্থি, পুৱা ৭/৪৩/১২মি. পৰা মহিষৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ _ ৰবি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সামাজিক সন্মান বৃদ্ধি হব |
বৃষ = মনত আনন্দ লাভ কৰিব |
মিথুন = ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব |
কৰ্কট = ঘৰত উৎসৱ মুখৰ পৰিবেশ হব |
সিংহ = মানসিক শান্তি লাভ কৰিব |
কন্যা = মনত ভয় বৃদ্ধি হব |
তুলা = সামাজিক সন্মান লাভ কৰিব |
বৃশ্চিক = প্ৰতিবেশীৰ লগত সহযোগিতা বৃদ্ধি হব |
ধনু = পৰোপকাৰী মনোভাৱ বাঢ়িব |
মকৰ = সন্মান লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = শুভ ফল লাভ কৰিব |
মীন = জ্ঞান, বুদ্ধি বৃদ্ধি হব |