আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি কাতি মাহৰ ১৬ তাৰিখ বুধবাৰ , ইংৰাজী ৩ নৱেম্বৰ |
কৃষ্ণা পক্ষ, ত্রয়োদশী তিথি, পুৱা ৯/২/৪৯ মি. পৰা চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৭/৪২ মি.
সূৰ্য্যোস্থয় = ৪/৩৬/৫৮ মি.
জন্মতঃ= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি, দেৱ গন, মহিষৰ অস্থি, পুৱা ৯/৫৮/৪৩মি. পৰা দেৱাৰি গন, বাঘৰ অস্থি ||
আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ _ ৰবি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ বেঙেনা শাক খোৱা নিষেধ, দিনৰ ৯/২/৪৯ মি. পৰা আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান লাভৰ যোগ চলিছে |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি ঘটিব |
কন্যা = অপযশ পোৱাৰ যোগ আছে |
তুলা = সঞ্চয় বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ দেখা যায় |
মকৰ = এলাহ বৃদ্ধি হব পাৰে |
কুম্ভ = মনৰ উৎসাহ হীনতাত ভূগিব |
মীন = ঘৰলৈ বন্ধুৰ আগমন ঘটিব |