আজিৰ ৰাশিফল

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ৩১ তাৰিখ বুধবাৰ , ইংৰাজী ১৭ আগষ্ট |
কৃষ্ণ পক্ষ , ষষ্ঠী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৯/০ মি.
সূৰ্য্যোস্থয় = ৫/৫৫/৪১ মি.

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক অশান্তি ভোগ কৰিব |
বৃষ = যাত্রাত জয়ী হব পাৰিব |
মিথুন = নতুন আশাৰ সঞ্চাৰ হব |
কৰ্কট = মান হানিৰ যোগ চলিছে |
সিংহ = কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কন্যা = গৃহ অশান্তিৰ হব পাৰে |
তুলা = ব্যয় বৃদ্ধি হব |
বৃশ্চিক = কাৰ্য্য সিদ্ধি হোৱাৰ যোগ আছে |
ধনু = দুঃসংবাদ পাব পাৰে |
মকৰ = সম্পদ লাভৰ যোগ দেখা যায় |
কুম্ভ = বিপদ মুক্ত হব |
মীন = শুভ সংবাদ লাভ কৰিব |