আজিৰ ৰাশিফল

Pc- Times Colonist

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ৩০ তাৰিখ মংগলবাৰ , ইংৰাজী ১৬ আগষ্ট |
কৃষ্ণ পক্ষ , পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৮/৩৯ মি.
সূৰ্য্যোস্থয় = ৫/৫৬/২৯ মি.

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান লাভ কৰিব পাৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পোৱাৰ যোগ আছে |
তুলা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব পাৰে |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ চলিছে |
মকৰ = এলাহ বৃদ্ধি হব পাৰে |
কুম্ভ = উৎসাহ হীনতাত ভূগিব |
মীন = বন্ধুৰ আগমন ঘটিব |