আজিৰ ৰাশিফল

Pc The Michigan Daily

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ৮ তাৰিখ সোমবাৰ , ইংৰাজী ২৫ জুলাই |
কৃষ্ণ পক্ষ, দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৭/২৫ মি.
সূৰ্য্যোস্থয় = ৬/১১/১৩ মি.

জন্মতঃ= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি |

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ বৃহস্পতি |

 

ভক্ষ্যাভক্ষ্যঃ= পূৰৈশাক খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = আত্মীয় আগমন ঘটিব |
বৃষ = বন্ধুৰ পৰা সহায় লাভ কৰিব |
মিথুন = গৃহত অশান্তি দেখা যায় |
কৰ্কট = সমস্যাৰ সমাধান ঘটিব |
সিংহ = কাৰ্য্য সিদ্ধি লাভ কৰিব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = সাধাৰণ আঘাত পোৱা দেখা যায় |
বৃশ্চিক = ভোজনত আনন্দ লাভ কৰিব |
ধনু = ভ্ৰমনত সুখ লাভ কৰিব |
মকৰ = গৃহত বিবাদৰ সৃষ্টি হব পাৰে |
কুম্ভ = বন্ধু ক্লেশ দেখা যায় |
মীন = সমস্যাৰ সমাধান ঘটিব |