আজিৰ ৰাশিফল

Pc Marca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ২০ তাৰিখ মংগলবাৰ , ইংৰাজী ৫ জুলাই |
শুক্লা পক্ষ, ষষ্ঠী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৩/৫৫ মি.
সূৰ্য্যোস্থয় = ৬/১৪/১৫ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন, বায়ু যোগ, মনুষ্য গন, বান্দৰৰ অস্থি |

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি – দুগ্ধ দান, অধিপতি গ্ৰহ – চন্দ্ৰ, বুধ |

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যশস্যা বৃদ্ধি পাব |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা চিন্তা মনত উদয় হব |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = হঠাত প্ৰাপ্তি যোগ আছে |
তুলা = ধনাগম বৃদ্ধি হব |
বৃশ্চিক = কৰ্ম ব্যস্ততা বাঢ়িব |
ধনু = কনিষ্ঠৰ বাবে মনত শান্তি পাব |
মকৰ = বেমাৰে দেহত কষ্ট দিব |
কুম্ভ = মনৰ হতাশা বৃদ্ধি হব |
মীন = এলাহ বৃদ্ধি হব |