আজিৰ ৰাশিফল

pc- Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ১৯ তাৰিখ সোমবাৰ , ইংৰাজী ৪ জুলাই |
শুক্লা পক্ষ, পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৯/২৯ মি.
সূৰ্য্যোস্থয় = ৬/১৪/১৯ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন, বায়ু যোগ, দেৱাৰি গন, বান্দৰৰ অস্থি |

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ – বুধ, চন্দ্ৰ |

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = ভ্ৰমনত কষ্ট আছে |
বৃষ = আত্মীয়ৰ আগমন ঘটিব |
মিথুন = আয় বৃদ্ধি হোৱাৰ যোগ আছে |
কৰ্কট = আৰ্থিক সমস্যা বৃদ্ধি হব |
সিংহ = সিদ্ধান্তত খেলিমেলি হব পাৰে |
কন্যা = উত্তম ভোজন লাভ কৰিব |
তুলা = মনৰ চঞ্চলতা বৃদ্ধি হব |
বৃশ্চিক = নতুন আশাৰ সঞ্চাৰ হব |
ধনু = শত্রুক পৰাজয় কৰিব পাৰিব |
মকৰ = যাত্রাত বিঘিনি আছে |
কুম্ভ = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |
মীন = নতুন ব্যস্ততা বৃদ্ধি হব |