আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি জেঠ মাহৰ ২৫ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৯ জুন |
শুক্ল পক্ষ, নৱমী তিথি, পুৱা ৮/২১/৩৯ মি. পৰা দশমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৪/৪৩ মি.
সূৰ্য্যোস্থয় = ৬/৮/৪৯ মি.
জন্মতঃ= কন্যা ৰাশি (প. ঠ), ক্ষুদ্ৰ বৰ্ন, বায়ু ক্ষুদ মনুষ্য গনমন গৰুৰ অস্থি ||
আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ- চন্দ্ৰ, বুধ | পুৱা ৪/৪১ মি. পৰা বেশ্যা যোগ, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||
ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = অনৰ্থক ব্যয় বৃদ্ধি হব |
বৃষ = বন্ধুৰ সৈতে বিৰোধ হব পাৰে |
মিথুন = যশস্যা বৃদ্ধি হোৱা দেখা যায় |
কৰ্কট = আপোনজনৰ পৰা প্ৰতাৰিত হব |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক মাত্ৰাত ব্যয় হব পাৰে |
তুলা = কৰ্মত বিজয়ী হব |
বৃশ্চিক = সমস্যাৰ সমাধান ঘটিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = কৰ্মত জটিলতা বৃদ্ধি হব |
মীন = মানসিক অশান্তি বৃদ্ধি হব |