আজিৰ ৰাশিফল

p.c.- india tv

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ফাগুণ মাহৰ ১ তাৰিখ সোমবাৰ , ইংৰাজী ১৪ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, ত্রয়োদশী তিথি, ৰাতি ৮/২৮/৪০ মি. পৰা চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৩/৩০ মি.
সূৰ্য্যোস্থয় = ৫/১১/৩৮ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, বায়ু যোগ, দেব গন, বৰাহৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ- চন্দ্ৰ, বুধ |

ভক্ষ্যাভক্ষ্যঃ= বেঙেনা খোৱা নিষেধ, ৰাতি আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মনত হতাশা বৃদ্ধি হব |
বৃষ = কৰ্ম ব্যস্ততাৰে দিনটো পাৰ হব |
মিথুন = নিজৰ কামত দায়িত্ব বৃদ্ধি পাব |
কৰ্কট = কৰ্মৰ জটিলতা বৃদ্ধি হব পাৰে |
সিংহ = খৰচৰ পৰিমাণ বৃদ্ধি হব |
কন্যা = মনৰ আশা ভংগ হব পাৰে |
তুলা = কৃতকাৰ্যতা লাভ কৰিব পাৰিব |
বৃশ্চিক = দাম্পত্য জীৱনৰ সুখ বৃদ্ধি হব |
ধনু = নতুন বন্ধু লাভ কৰিব |
মকৰ = সম্পদ বৃদ্ধিৰ যোগ আছে |
কুম্ভ = আত্মাগ্লানিত ভুগিব |
মীন = মনত অভিমানৰ মাত্রা বাঢ়িব |