আজিৰ মানুহ-মিন্টু গোৱলা

Pc Shutterstock
আজিৰ মানুহ
পোহৰত আজিৰ মানুহ বৰ ভদ্ৰতা
কিন্তু আন্ধাৰত সিহঁত বৰ নিষ্ঠুৰ
নামানে কোনো মানুহক, সিহঁতে
আন্ধাৰত একেবাৰে নিশাচৰ প্ৰাণীৰ
দৰে ।
মানুহে নাভাবে মানুহৰ মৰম ,চেনেহৰ কথাবোৰ
নিচিনে কোনো ককাই ভাইক মাথোঁ সিহঁত
আন্ধাৰৰ নৰপিশাচ ,যাক পালে মাত্ৰ হত্যাৰহে
পথ দেখুৱায় দিয়ে ।
সিহঁত নৰ মঙহ খোৱা আন্ধাৰ ৰাক্ষসক
পোহৰত মাথোঁ ভদ্ৰতাৰ মুখাখনহে পিন্ধে
আন্ধাৰত সিহঁতে ভদ্ৰতাৰ মুখাখন খুলি ৰাখে,
সিহঁতেই আজিৰ মানুহ ।।
মিন্টু গোৱলা, লখিমপুৰ কদম