আঘাতৰ বাবে  কমনৱেলথ গেমছ ২০২২ ৰ পৰা বঞ্চিত হ’ব নীৰজ চোপ্ৰা

Pc India Today

আঘাতৰ বাবে  কমনৱেলথ গেমছ ২০২২ ৰ পৰা বঞ্চিত হ’ব নীৰজ চোপ্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ সময়ত পোৱা আঘাতৰ বাবে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই কমনৱেলথ গেমছ ২০২২ ৰ পৰা বঞ্চিত হ’ব বুলি ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে (আইঅ’এ) কয়।  দেওবাৰে নীৰজ চোপ্ৰা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পদক অৰ্জন কৰা প্ৰাক্তন লং জাম্পাৰ অঞ্জু ববি জৰ্জৰ পিছত তেওঁ দ্বিতীয় ভাৰতীয়।