আই পি এল ২০২২ৰ বাকী থকা মেচসমূহৰ পৰা বাহিৰ পেট কামিন্স

আই পি এল ২০২২ৰ বাকী থকা মেচসমূহৰ পৰা বাহিৰ পেট কামিন্স

ৰঙিলী বাৰ্ত্তসেৱা- আই পি এল ২০২২ৰ বাকী থকা মেচসমূহৰ পৰা  আঘাতৰ বাবে খেলিব নোৱাৰিব কেকেআৰৰ পেচাৰ পেট কামিন্স। অষ্ট্ৰেলিয়াৰ শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে কামিন্সে পুনৰ ছিডনীলৈ উৰা মাৰিব আৰু পুনৰ্বাসন সম্পূৰ্ণ কৰিব। আই পি এল ২০২২ৰ ৫ খন মেচত ৭ টা উইকেট দখল কৰিছিল কামিন্সে। ইয়াৰ উপৰিও তেওঁ এই ছিজনত এম আইৰ বিৰুদ্ধে ১৪টা ডেলিভাৰীত আইপিএলৰ যৌথ দ্ৰুতগতিত পঞ্চাশ ৰান কৰে।