আইপিএছ বিষয়া সঞ্জয় অৰোৰাক দিল্লী আৰক্ষীৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি 

Pc India.com

আইপিএছ বিষয়া সঞ্জয় অৰোৰাক দিল্লী আৰক্ষীৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা-  আইটিবিপিৰ সঞ্চালক প্ৰধান সঞ্জয় অৰোৰাক ২০২২ চনৰ ১ আগষ্টৰ পৰা দিল্লীৰ পৰৱৰ্তী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে, গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশত কয়। অৰোৰা তামিলনাডু কেডাৰৰ ১৯৮৮-বেটচৰ আইপিএছ বিষয়া। তেওঁ আইপিএছ বিষয়া ৰাকেশ আস্থানাক দিল্লী আৰক্ষী আয়ুক্ত হিচাপে স্থানায়ণ কৰিব।