আইএএফৰ এমআই-৩৫ হেলিকপ্টাৰখন কাৰিকৰী বিজুতিৰ বাবে ৰাজস্থানত জৰুৰী অৱতৰণ 

Pc Lagatar English

আইএএফৰ এমআই-৩৫  হেলিকপ্টাৰখন কাৰিকৰী বিজুতিৰ বাবে ৰাজস্থানত জৰুৰী অৱতৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় বায়ু সেনাৰ (আইএএফ) এমআই-৩৫ হেলিকপ্টাৰে কাৰিকৰী বিজুতিৰ বাবে ৰাজস্থানৰ হনুমানগড় জিলাৰ এখন ফাৰ্মত জৰুৰী অৱতৰণ কৰে। “কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰে জৰুৰী অৱতৰণ কৰিছিল। ইয়াৰ কৰ্মচাৰীসকল সুৰক্ষিত,” চাংগৰিয়া আৰক্ষী থানাৰ ষ্টেচন হাউচ বিষয়াই কয়।