অৰ্থনৈতিক সংকটৰ মাজতে ৰনিল বিক্ৰমেসিংঘে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত

Pc Hindustan Times

অৰ্থনৈতিক সংকটৰ মাজতে ৰনিল বিক্ৰমেসিংঘে শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ মাজতে ৰনিল বিক্ৰমেসিংঘেক দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হয়। পত্নীৰ সৈতে দেশৰ পৰা পলাই যোৱা গোটাবায়া ৰাজপাক্ষে এই পদৰ পৰা পদত্যাগ কৰাৰ পিছতে তেওঁক দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হৈছে৷ শ্ৰীলংকা অৰ্থনৈতিক সংকেতৰ বাবে খাদ্য, ইন্ধন আৰু অন্যান্য মৌলিক সামগ্ৰীৰ তীব্ৰ অভাৱৰ সন্মুখীন হৈছে৷