অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰ পদত্যাগ

pc BBC

অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰ পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা-    শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰ অজিত নিভাৰ্ড কাব্ৰালে দেশখনে সন্মুখীন হোৱা অৰ্থনৈতিক সংকটৰ মাজতে তেওঁৰ পদৰ পৰা পদত্যাগ কৰে।সকলো কেবিনেট মন্ত্ৰীয়ে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত, মই আজি শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰ পদৰ পৰা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছো,” কাব্ৰালে আজি টুইট কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পুত্ৰকে ধৰি কেইবাজনো মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।