অৰ্থনীতিবিদ অভিজিত সেনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

Pc Business Standard

অৰ্থনীতিবিদ অভিজিত সেনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অৰ্থনীতিবিদ অভিজিত সেনৰ ৭২ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। “আমি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিলো, কিন্তু আমি তাত উপস্থিত হোৱাৰ সময়লৈকে সকলো শেষ হৈ গৈছিল,” তেওঁৰ ভাতৃয়ে কৈছিল। গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত দেশৰ অন্যতম বিশেষজ্ঞ সেন ২০০৪ চনৰ পৰা ২০১৪ চনলৈ পৰিকল্পনা আয়োগৰ সদস্য আছিল।