অৰুণোদয় পোৱা পৰিয়ালে ঘৰৰ আগত ওলমাব লাগিব ছাইন ব’ৰ্ড

Pc telegraph India

অৰুণোদয় পোৱা পৰিয়ালে ঘৰৰ আগত ওলমাব লাগিব ছাইন ব’ৰ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  ওদালগুৰিত অৰুণোদয় হিতাধিকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।ধনী মানুহৰ পৰা অৰুণোদয়ৰ ধন কৰ্তনৰ উপায় উলিয়ালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”ধনী মানুহে এৰিব লাগিব অৰুণোদয় আঁচনি।ধনী মানুহ যিসকলে ভুলতে অৰুণোদয়টো লৈছিল তেওঁলোকে লাজতে যাতে এৰি দিয়ে।অৰুণোদয় পোৱা পৰিয়ালে ঘৰৰ আগত ওলমাব লাগিব ছাইন ব’ৰ্ড।অৰুণোদয় লাভ কৰা প্ৰতিটো পৰিয়ালৰ ঘৰৰ সন্মুখত ‘অৰুণোদয় পৰিয়াল’ নামেৰে থাকিব চাইব’ৰ্ড।১০ অক্টোবৰৰ পৰা বৃদ্ধি হ’ব অৰুণোদয় আঁচনিৰ ধন।১০ অক্টোবৰৰ পৰা ১,০০০ টকাৰ বিপৰীতে ১,২৫০ টকাকৈ পাব প্ৰতিজন হিতাধিকাৰীয়ে।নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ’ব ৬ হাজাৰ পৰিয়াল।