অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ কংগ্ৰেছ ত্যাগ

অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ কংগ্ৰেছ ত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই দল ত্যাগ কৰি সাংসদ অভিষেক বেনাৰ্জীৰ উপস্থিতিত টিএমচিত যোগদান কৰে। পদত্যাগ পত্ৰ প্ৰদান কৰি বৰাই কয়, “বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ এটা অংশই বিজেপি চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰীৰ সৈতে গোপন বুজাবুজি বজাই ৰাখিছে।” তেওঁ লগতে কয়, “মই বিজেপিৰ বিৰুদ্ধে মোৰ যুঁজ অধিক জোৰেৰে অব্যাহত ৰাখিম।”