অসমত নতুনকৈ ২১২ জন লোক কৰʼনাত আক্ৰান্ত

Pc- BBC

অসমত নতুনকৈ ২১২ জন লোক কৰʼনাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি অসমত ২১২ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। ৰাজ্যখনত মুঠ ১৫,০৬০ জন লোকৰ কৰʼনাৰ পৰীক্ষা কৰিছিল। দিনটোত আক্ৰান্তৰ হাৰ ১.৪১ শতাংশ।নতুনকৈ ২৩৬জন লোক কৰʼনাৰ পৰা সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যখনত ২,৩২৭টা সক্ৰিয় ঘটনা আছে। ৰাজ্যখনত সুস্থৰ হাৰ ৯৮.৪২ শতাংশ।