অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ

pc Dreshare

অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটা গোচৰ। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এই গোচৰ তৰিছে তেওঁৰ বৌৱেকে। শ্যামন্তিকা আৰু তেওঁৰ পৰিয়ালে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহা বুলি বৌৱেকে পাণবজাৰ মহিলা আৰক্ষী থানাত ৰুজু কৰে এই গোচৰ। ভাৰতীয় দণ্ডবিধিৰ অধীনত অভিনেত্ৰী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ।