Walking down the Memory Lane- দেৱীকা বৰপূজাৰী

Walking down the Memory Lane…

An unplanned visit to Juhu Beach this evening become Nostalgic,
Juhu Beach Mumbai has its own charm… Today evening we got an opportunity to revisit the famous tourist point of Mumbai….
After attending a
House warming function of my friend in Andheri West.

Walking in the sand of
Juhu Beach is
Recollecting some
Beautiful memories…

We were fortunate to have our
Company quarter in Juhu Area those days ,
Children
Did there schooling &
College in Juhu
St. Joseph Convent .Today suddenly
They are grown up
Not with us anymore…

We spend many moonlit nights in
Juhu Beach
In the distant past
With the children
When they were young..
Looking at the ocean
And enjoying some divine music that created by the ocean waves.
Children were busy in
making castles in the sand …
There are endless memories…
Juhu Beach will
Never lost its charm
Any Day.
It will always
Remind us
Those Beautiful
Stories… And
We will never get tired of Juhu Beach..
We will always come back to the ocean Whenever
we can ..
Love You Juhu Beach
Love You Mumbai…

সোঁৱৰণীৰ পথেৰে

হঠাতে ঠিক কৰা জুহু বিচ্ছৰ ভ্ৰমনে
আনি দিলে মোক মিঠা সোঁৱৰণ ।
মুম্বাই এই জুহু বিচ্ছৰ আছে নিজস্ব
আকৰ্ষণ আৰু বিমোহিত ৰূপ ।
সেয়েহে আন্ধেৰীৰ এঘৰৰ ঘৰ লোৱা
‘উৎসৱ’ ৰ শেষত ঢাপলি মেলিলো
পুৰণি মিঠা স্মৃতি ৰোমন্থন কৰিবলৈ
সকলোৰে হেঁপাহৰ জুহু বিচ্ছ লৈ।

জুহুৰ বালিত খোজ থৈ থৈ
মনলৈ আনিলো বহুতো মিঠা সোঁৱৰণ ।
সৌভাগ্যক্ৰমে আমাৰ চৰকাৰী আবাস
আছিল এই জুহু ৰে সমীপত ,
সেয়েহে সন্তানৰ স্কুল কলজো আছিল
জুহুৰ কাষৰীয়া চেণ্ট জোচেফ কনভেণ্টত।
সন্তান ডাঙৰ হ’ল, স্বাধীন হ’ল আৰু সেয়েহে
আজি কোনোৱেই নাই আমাৰ কাষত।

বহুতো জোনাক নিশা পাৰ কৰিছিলো
এই জুহুৰ সাগৰ তীৰত
সন্তান আৰু পত্নীৰ লগত ।
সাগৰলৈ চাই চাই শুনিছিলো
উত্তাল ঢৌৰ গর্জনভৰা স্বৰ্গীয় শবদ
আৰু অভিভূত হৈছিলো চাই চাই
সন্তানে সজা বালিৰ ঘৰ।

জুহু বিচ্ছৰ স্মৃতি নহব কাহানিও বিস্মৃতি,
যিকোনো সময়তে, যিকোনো দিনতে
জুহুৰ স্মৃতিয়ে ৰিঙিয়াই মাতিব আমাক,
বাৰে বাৰে উভতি আহিম জুহু বিচ্ছৰ
সাগৰ তীৰলৈ ।
ভালপাওঁ তোমাক জুহু বিচ্ছ
ভালপাওঁ মুম্বাই তোমাক।

মিঃ ইণ্ডিয়া শ্ৰীসদানন্দ গগৈদেৱৰ কবিতাৰ অনুবাদ

দেৱীকা বৰপূজাৰী
মুম্বাই।