‘Game of Thrones’ৰ অভিনেতা জন ষ্টাহলৰ ৬৮ বছৰ বয়সত মৃত্যু 

pc BBC

‘Game of Thrones’ৰ অভিনেতা জন ষ্টাহলৰ ৬৮ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘Game of Thrones’ৰ অভিনেতা জন ষ্টাহলৰ ৬৮ বছৰ বয়সত মৃত্যু হৈছে বুলি তেওঁৰ এজেণ্টে এক বিবৃতিত কয়। ২ মাৰ্চত স্কটলেণ্ডৰ আইল অৱ লুইছত তেওঁৰ মৃত্যু হয়। জন ষ্টাহলে ‘Game of Thrones’ত ৰিকাৰ্ড কাৰষ্টাৰ্কৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ‘টেক দ্য হাই ৰোড’ত ইনভাৰ্ডাৰৰোচৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও জনাজাত আছিল।তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।