Euro Cup 2020- ইটালী বনাম চুজাৰলেণ্ড

pc As English

ইটালীয়ে তেওঁলোকৰ দ্বিতীয় খন খেলত চুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-০ গ’লৰ জয়ৰ পিছত ইউৰো ২০২০ ৰ ‘ৰাউণ্ড অফ ১৬’ ত প্ৰৱেশ কৰা প্ৰথম দল হিচাপে পৰিগণিত হয়।