Design- দেৱজিৎ হাজৰিকা

Pc Pixabay

Design

শৰৎত যাম তোমাৰ কাষলৈ
নিশাতে ফুলি পুৱা তে সৰিম..
তোমাৰ পদুলিত ৷

মই ৰৈথাকিম নিয়ৰৰ হতে
দূৱৰিৰ দলিচাত..
তুমি আহি পৰশীবা
বুলি দুহাতে….

দেৱজিৎ হাজৰিকা,
কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউট,
বৰপথাৰ, গোলাঘাট