pc times of india

ভাৰতীয়-আমেৰিকান প্ৰতিযোগী শ্ৰী চাইনী মিছ ৱৰ্ল্ডত প্ৰথম ৰানাৰ-আপ হয়

ৰঙিলী বাৰ্ত্তাসেৱা-  পুয়েৰ্টো ৰিকোত অনুষ্ঠিত ৭০ তম মিছ ৱৰ্ল্ড সৌন্দৰ্য প্ৰতিযোগিতাত পঞ্জাৱত জন্মগ্ৰহণ কৰা শ্ৰী চাইনীক প্ৰথম ৰানাৰ-আপ হৈছে। তেওঁ মিছ ৱৰ্ল্ড আমেৰিকা জয় কৰা প্ৰথম ভাৰতীয়-আমেৰিকান। সাংবাদিকতাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত, শ্ৰীয়ে বৰ্তমান তেওঁৰ দেউতাকৰ কোম্পানীত ব্যৱসায় মেনেজাৰ আৰু মুখ্য অধ্যক্ষ হিচাপে কাম কৰি আছে।