ৱেলছৰ হাতত টুৰ্কিৰ পৰাজয় ২-০ ৰ ব্যৱধানত

pc Sportstar The Hindu

অনলাইন বাৰ্ত্তাসেৱা – প্ৰথমাৰ্ধৰ ৪২ মিনিটত ‘এৰন ৰেমছে’ প্ৰথমটো গ’ল কৰে। দ্বিতীয়াৰ্ধৰ সময়ত, ‘গেৰেথ বেলে’ এটা পেনাল্টি হেৰুৱাই। অৱশেষত, ‘কনৰ ৰবাৰ্টছে’ দ্বিতীয়াৰ্ধৰ অতিৰিক্ত সময়ত গ’ল কৰাত ৱেলছে 2-0 ত জয়লাভ কৰে।