ৱাৰ্ণাৰ ব্ৰোজে (Warner Bros) ভাৰতত ৫ আগষ্টত মুক্তি দিব ‘দ্য ছুইচাইড স্কোৱাড’

pc Screen Rant

অনলাইন বৈৰ্ত্তাসেৱা – ৱাৰ্ণাৰ ব্ৰোজ ইণ্ডিয়াই ঘোষণা কৰিছে যে মাৰ্গোট ৰবি আৰু জন চিনা অভিনীত জেমছ গানৰ ‘দ্য ছুইচাইড স্কোৱাড’ ৫ আগষ্টত ভাৰতীয় ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। ৰবি আৰু চিনাৰ উপৰিও, ইয়াত ইড্ৰিছ এলবা আৰু জোৱেল কিন্নামানকো দেখা যাব এই ছবিখনৰ জৰিয়তে। ৱাৰ্ণাৰ ব্ৰোজ ইণ্ডিয়াই ‘মৰ্টেল কমবেট’ আৰু ‘দ্য কনজিউৰিংঃ দ্য ডেভিল মেড মি ডু ইট’ৰ মুক্তিৰ তাৰিখো ঘোষণা কৰে।

(UD.)