ৰে’ল বিভাগে মুকলি কৰিব ৮০০ৰো অধিক এ.চি.(AC) ৩-স্তৰীয় অৰ্থনীতি শ্ৰেণীৰ ডবা

pc Swarajya

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় ৰে’ল বিভাগে মুকলি কৰিব ৮০৬ টা শীত-তাপ নিয়ন্ত্ৰিত তিনিস্তৰীয় অৰ্থনীতি শ্ৰেণীৰ ডবা, যাৰ ভাড়া এতিয়াও সঠিককৈ ধায্য কৰা হোৱা নাই। ৰে’লৰ ডবাসমূহ ২০২১-২২ বৰ্ষৰ শেষৰ ফালে সাজু হ’ব বুলি আশা কৰা হৈছে আৰু সকলো ডবা কাৰখানাসমূহে একেসময়তে ইয়াৰ কাম হাতত ল’ব। বৰ্তমান, এনে ২৫ টা ডবা কাৰ্যক্ষম হৈ আছে বুলি লগতে প্ৰকাশ পাইছে।

(UD.)