ৰেফাৰীক আক্ৰমণ কৰে মল্লযোদ্ধা দীপক পুনিয়াৰ বিদেশী প্ৰশিক্ষকগৰাকীয়ে

India TV News

ৰেফাৰীক আক্ৰমণ কৰে মল্লযোদ্ধা দীপক পুনিয়াৰ বিদেশী প্ৰশিক্ষকগৰাকীয়ে

অলনাইন বাৰ্ত্তাসেৱা – ভাৰতীয় মল্লযোদ্ধা দীপক পুনিয়াৰ বিদেশী প্ৰশিক্ষক মুৰাদ গাইদাৰোভক বাহিষ্কাৰ কৰি দিয়া হৈছে টকিঅ’ অলিম্পিক ভিলেজৰ পৰা। তেখেতে পিছৰ কোঠাত এজন ৰেফাৰীক আক্ৰমণ কৰিছিল। ৰেফাৰীয়ে দীপকৰ ৮৬ কিলোগ্ৰাম ফ্ৰীষ্টাইল ইভেণ্ট ব্ৰঞ্জ প্লে-অফত ছান মাৰিণ’ৰ মাইল্ছ নাজিম এমিনৰ হাতত পৰাজয়বৰণ কৰিছিল।

(UD.)