ৰেপাৰ এমচি টড ফডৰ ২৪ বছৰ বয়সত মৃত্যু

pc India today

ৰেপাৰ এমচি টড ফডৰ ২৪ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰণবীৰ সিং অভিনীত ‘Gully Boy’ ৰেপাৰ ধৰ্মেশ পাৰমাৰ ওৰফে এমচি টড ফডৰ ২৪ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।  ধৰ্মেশ পাৱাৰ ওৰফে এমচি টড ফডে জয়া আখটাৰৰ চলচ্চিত্ৰ Gully Boyত ইণ্ডিয়া 91 গানটোৰ বাবে কণ্ঠ দান কৰিছিল।  এমচি টড ফড মুম্বাইস্থিত হিপ-হপ কালেক্টিভ, স্বদেশীৰ সৈতে সম্পৰ্কিত আছিল।