ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনাঃ ভেকচিন নল’লে কৰ্টন হ’ব দৰমহা

pc-unicef

ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনাঃ ভেকচিন নল’লে কৰ্টন হ’ব দৰমহা

বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা।নিৰ্দেশনা অনুযায়ী চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক ।ভেকচিন নল’লে কৰ্মচাৰীয়ে নাপাব দৰমহা।কৰ্মচাৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা দু্ৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ । (staff correspondent – Utpal Kalita)